A collection of Socio-political articles in Assamese language on the political scenario of Assam of the last decade. Those who wishes to understand various political development of Assam, that happened from 2007-2017, must read this book. The writer is a Guwahati based author and Independent researcher. যোৱা দহবছৰৰ সময়চোৱাত অসমৰ সমাজ জীৱনক চুই যোৱা বিভিন্ন উল্লেখযোগ্য ঘটনা আৰু বৌদ্ধিক চিন্তাৰ সফল প্ৰতিফলত হল বিশিষ্ট নিবন্ধকাৰ আৰু গৱেষক অৰূপজ্যোতি দাসৰ ‘ৰাজনৈতিক-অৰাজনৈতিক’ নামৰ প্ৰবন্ধ সংকলনখন। দাসে সাহেসেৰ চুই গৈছে বহু স্পৰ্শকাতৰ বিষয়, যিবোৰ সততে আলোচনা কৰা নহয়। আত্মিনয়ন্ত্ৰণৰ অধিকাৰ, গোষ্ঠী সংঘৰ্ষ, বাংলাদেশী সমস্যা, নিৰ্বাচনী ৰাজনীতি, নাগৰিকৰ অধিকাৰ-এই সকেলাবোৰ বিষয়ৰে যুক্তিনিষ্ঠভাৱে আলোচনা কৰা হৈছে।
Rajnoitik Orajnoitik (ৰাজনৈতিক অৰাজনৈতিক)
Amazon.in Price: ₹180.00 (as of 10/04/2023 02:47 PST- Details)

Author |
---|